ড’নাৰ মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত ৩৪১৭.৬৮ কোটি টকা ব্যয়সাপেক্ষ ৯০টা প্ৰকল্প অনুমোদন জনাইছে। ৰাজ্য অনুসৰি আৰু আঁচনি অনুসৰি বিৱৰণবোৰ পৰিশিষ্ট-১-ত আছে। এন ই এছ আই ডি এছৰ অধীনত অনুমোদিত প্ৰকল্পবোৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰে (এন …
Read More »চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ উদযাপন
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত (NLUJAA) আয়োজিত অধিৱেশন আৰু পেনেল আলোচনাত বিশিষ্ট আইনজ্ঞ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে। আমাৰ সংবিধান-আমাৰ সন্মান শীৰ্ষক চিবিচি, গুৱাহাটীৰ সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP)ৰ আজি দ্বিতীয় দিনা বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা …
Read More »ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত বিশেষ অনুষ্ঠান
ভাৰতীয় সংবিধান গৃহীত হোৱা আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বছৰ-জোৰা উদযাপন কাৰ্য্যসূচী আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ অংশস্বৰূপে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP) উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়াই উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য …
Read More »পিআইবি, গুৱাহাটীৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ৱেভছ মিট এণ্ড গ্ৰীট কাৰ্য্যসূচী সম্পন্ন
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীৰ উদ্যোগত আজি গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব অডিঅ’ ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলনৰ (WAVES) অংশস্বৰূপে মিট এণ্ড গ্ৰীট কাৰ্য্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্য্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক সংবাদ মাধ্যম, মনোৰঞ্জন আৰু কন্টেন্ট সৃষ্টিৰ গতিশীল জগতখনৰ সৈতে জড়িত হোৱাৰ এক অনন্য সুযোগ তথা তেওঁলোকক বৰ্তমানৰ উদ্যোগটোৰ ধাৰাসমূহৰ …
Read More »অৰুণাচল প্ৰদেশৰ ছি য়োমি জিলাত ১৯৩৯ কোটি টকা ব্যয়সাপেক্ষ আৰু ৫০ মাহত সম্পূৰ্ণ কৰাৰ সময়সীমাৰে ২৪০ মেগাৱাট হিও জলবিদ্যুত্ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে অৰুণাচল প্ৰদেশৰ ছি য়োমি জিলাত ‘হিও জলবিদ্যুত্ প্ৰকল্প’ (এইচইপি) নিৰ্মাণৰ বাবে ১৯৩৯ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। প্ৰকল্পটো নিৰ্মাৰ বাবে আনুমানিক সম্পূৰ্ণতাৰ ম্যাদ হৈছে ৫০ মাহ। ২৪০ মেগাৱাট (৩ X ৮০ মেগাৱাট) স্থাপিত ক্ষমতাৰ প্ৰকল্পটোৱে ১০০০ নিযুত একক (এমইউ) …
Read More »‘এক ৰাষ্ট্ৰ এক সদস্যতা’ (ওএনওএছ)ৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পাণ্ডিত্যপূৰ্ণ গৱেষণা প্ৰবন্ধ আৰু জাৰ্নেল প্ৰকাশনৰ বাবে দেশজুৰি প্ৰৱেশানুকূলতা প্ৰদানৰ বাবে ‘এক ৰাষ্ট্ৰ এক সদস্যতা’ শীৰ্ষক এক নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনিলৈ অনুমোদন জনাইছে। আঁচনিখন এক সৰল, ব্যৱহাৰকাৰী অনুকূল আৰু সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে পৰিচালনা কৰা হ’ব। এয়া চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু …
Read More »সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
নমস্কাৰ বন্ধুসকল, এয়া শীতকালীন অধিৱেশন আৰু পৰিবেশটোও ঠাণ্ডা হৈ থাকিব। আমি ২০২৪ৰ অন্তিম ক্ষণত উপনীত হৈছোঁহি আৰু দেশে পৰম আগ্ৰহ আৰু উৎসাহেৰে ২০২৫ক আদৰিবলৈ প্ৰস্তুতি চলাইছে। বন্ধুসকল, সংসদৰ এই অধিৱেশন বহু দিশত বিশেষ, ইয়াৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল আমাৰ সংবিধানৰ ৭৫ বছৰীয়া যাত্ৰা, যিহেতু ই ৭৫ বছৰত ভৰি দিছে। গণতন্ত্ৰৰ …
Read More »৫৫ তম আইএফএফআইত ‘বাছিমাছ ৱুম্ব’ আৰু ‘লুনিজ’ উপস্থাপন: মানৱ সংগ্ৰামৰ ওপৰত গভীৰ দৃষ্টি
৫৫ তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) সময়ত দুখন উল্লেখযোগ্য চলচ্চিত্ৰ ‘চিনেমা অফ দ্য ৱৰ্ল্ড’ শ্ৰেণীৰ অধীনত প্ৰদৰ্শিত হৈছিল: কানাডিয়ান চলচ্চিত্ৰ ‘বাছিমাছ ৱুম্ব’ আৰু পোলেণ্ডৰ চলচ্চিত্ৰ ‘লুনিজ’। দূৰদৰ্শী পৰিচালক আৰু প্ৰযোজকৰ দ্বাৰা পৰিচালিত, চলচ্চিত্ৰসমূহে সামাজিক চাপ, পৰিচয়ৰ সন্ধান, মুক্তি, আশা আৰু উন্নত জীৱনৰ সন্ধানৰ বিষয়বস্তু অন্বেষণ কৰে। এক সংবাদ মাধ্যমৰ …
Read More »‘হনুমান’: ভাৰতীয় পেনোৰমা মঞ্চত এক পৌৰাণিক বীৰৰ উত্থান
প্ৰশান্ত বাৰ্মাৰ দ্বাৰা পৰিচালিত হনুমান চলচ্চিত্ৰখন গোৱাত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ভাৰতীয় পেনোৰামা শাখাত প্ৰদৰ্শিত হয়। অঞ্জনাদ্ৰী নামৰ কাল্পনিক গাঁৱত চিত্ৰগ্ৰহণ কৰা এই চলচ্চিত্ৰখনত হনুমান্থু নামৰ এজন চোৰৰ যাত্ৰা বৰ্ণনা কৰা হৈছে যিয়ে ভগৱান হনুমানৰ তেজৰ জীৱাশ্মযুক্ত টোপালৰ পৰা ঐশ্বৰিক শক্তি লাভ কৰে। হনুমান্থুৰ মুখ্য চৰিত্ৰত অভিনয় কৰা তেজা …
Read More »২৬-২৯ নৱেম্বৰত কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্টৰ আয়োজন পৰ্যটন মন্ত্ৰালয়ৰ
অসমৰ কাজিৰঙাত অহা ২৬-২৯ নৱেম্বৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট (ITM) অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক আলোকপাতৰ উদ্দেশ্যেৰে বছৰি আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্য যথা— অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ …
Read More »