প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে অৰুণাচল প্ৰদেশৰ ছি য়োমি জিলাত ‘হিও জলবিদ্যুত্ প্ৰকল্প’ (এইচইপি) নিৰ্মাণৰ বাবে ১৯৩৯ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। প্ৰকল্পটো নিৰ্মাৰ বাবে আনুমানিক সম্পূৰ্ণতাৰ ম্যাদ হৈছে ৫০ মাহ। ২৪০ মেগাৱাট (৩ X ৮০ মেগাৱাট) স্থাপিত ক্ষমতাৰ প্ৰকল্পটোৱে ১০০০ নিযুত একক (এমইউ) …
Read More »