নৱেম্বৰঃ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে তিনিদিনীয়াকৈ কাৰ্বিআংলং ভ্ৰমণ কৰি বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা ৰূবপায়ণ হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। শনিবাৰে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত জিলাখনৰ উন্নয়নত উদগনি আৰু মূল বিষয়সমূহৰ সমাধানৰ লক্ষ্যৰে এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। মাটিপুঙৰ আৰ্বৰেটামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথমখন বৈঠকত ড০ কুমাৰে কাৰ্বিআংলং …
Read More »