মাননীয় বস্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভাৰতৰ যুৱসকলক এক বিকশিত ভাৰতৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত দক্ষতা আৰু সঁজুলিৰে সজ্জিত কৰাৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সমৰ্থ আঁচনিকে ধৰি বস্ত্ৰ মন্ত্ৰালয়ৰ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, যিয়ে বিকশিত বস্ত্ৰ খণ্ডৰ চাহিদা পূৰণৰ বাবে প্ৰাৰ্থীসকলৰ নিয়োগ যোগ্যতা আৰু …
Read More »উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪
ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি , গুৱাহাটীত ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰ ২০২৪লৈ অনুষ্ঠিত হ’ব ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২০৪)ৰ দশম সংস্কৰণ। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত এই অনুষ্ঠান আয়োজনৰ উদ্যোগ গ্ৰহণ কৰিছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি এছ আই …
Read More »উত্তৰ-পূব আন্তঃগাঁথনি উন্নয়ন আঁচনি
ড’নাৰ মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত ৩৪১৭.৬৮ কোটি টকা ব্যয়সাপেক্ষ ৯০টা প্ৰকল্প অনুমোদন জনাইছে। ৰাজ্য অনুসৰি আৰু আঁচনি অনুসৰি বিৱৰণবোৰ পৰিশিষ্ট-১-ত আছে। এন ই এছ আই ডি এছৰ অধীনত অনুমোদিত প্ৰকল্পবোৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰে (এন …
Read More »বৰপেটাৰ ফুলৰগুৰিত উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকল আৰু পোষণ অভিযানৰ সন্দৰ্ভত ফটো প্ৰদৰ্শনী সহ আউটৰিচ কাৰ্যসূচী
বৰপেটাৰ ফুলৰগুৰিত আজিৰে পৰা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),ৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ দুদিনীয়া ফটো প্ৰদৰ্শনীসহ আউটৰীচ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান। প্ৰদৰ্শনী উদ্বোধন কৰি বৰপেটা জিলাৰ এডিচি মৌচুমী চেতিয়াই এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে চিবিচিৰ পদক্ষেপক প্ৰশংসা কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ কয় যে …
Read More »উত্তৰ-পূবৰ পৰা লাডাখলৈ: আইএফএফআই ২০২৪ -ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু নন-ফিচাৰ ছবি
গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) এখন সংবাদমেলত ইণ্ডিয়ান পেনোৰামা নন-ফিচাৰ ফিল্মছ জুৰিৰ অধ্যক্ষ শ্ৰী চুব্বিয়া নাল্লামুথুৱে কয়, “আমি সমগ্ৰ দেশৰ পৰা ২৫০ তকৈও অধিক অন্তৰ্ভুক্তি লাভ কৰিছো, যিবোৰৰ ভিতৰত উত্তৰ-পূবৰ পৰা অহা ছবিৰ সংখ্যাই বেছি। “মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱ সৃষ্টিকৰ্তাকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে …
Read More »প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক ভাৰতৰ মূলসুঁতিৰ বিকাশ-কাহিনীৰ অপৰিহাৰ্য অংগ কৰি তুলিছে, মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয়
নামচাই জিলা ভ্ৰমণৰ দ্বিতীয় দিনা কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ‘উচ্চাকাংক্ষী জিলা কাৰ্যসূচী’ (এডিপি)ৰ অধীনত জিলাখনৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে। সহযোগিতা, সমন্বয় আৰু প্ৰতিযোগিতাত গুৰুত্ব আৰোপ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ প্ৰসংগ উল্লেখ কৰি কয়, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক ভাৰতৰ মূলসুঁতিৰ বিকাশ-কাহিনীৰ এক অপৰিহাৰ্য অংগ কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ …
Read More »উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণত আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া
কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কাইলৈৰ পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত শ্ৰী সিন্ধিয়াই অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ’ব। এই পৰ্যালোচনা সভাসমূহৰ উপৰিও শ্ৰী সিন্ধিয়াই অহা ১৫ নৱেম্বৰত আগৰতলাত অনুষ্ঠিত হ’বলগীয়া জনজাতীয় গৌৰৱ দিৱসৰ …
Read More »কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীত ৮-দিনীয়া “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে
কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত জনজাতীয় শিল্প, সংস্কৃতি, ৰন্ধন প্ৰণালী আৰু বাণিজ্যৰ মনোভাৱক উদযাপন, লালন-পালন আৰু প্ৰোৎসাহনৰ বাবে ৮-দিনীয়া ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে। এই কাৰ্য্যসূচীত জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকেকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোকে …
Read More »நாட்டின் வடகிழக்குப் பகுதி இப்போது நமது தேசிய வளர்ச்சியின் மையமாக உள்ளது: குடியரசுத் துணைத் தலைவர் திரு ஜக்தீப் தன்கர்
நாட்டின் வடகிழக்கு பகுதி தற்போது நமது தேசிய வளர்ச்சியின் மையமாக உள்ளது என்று குடியரசுத் துணைத் தலைவர் திரு ஜக்தீப் தன்கர் கூறியுள்ளார். குவஹாத்தியில் உள்ள கால்நடை அறிவியல் கல்லூரியில் இன்று (27.10.2024) நடைபெற்ற கிருஷ்ணகுரு சர்வதேச ஆன்மிக இளைஞர் சங்கத்தின் 21-வது சர்வதேச மாநாட்டில் அவர் உரையாற்றினார். பல ஆண்டுகளாக, வடகிழக்குப் பிராந்தியம் வளர்ச்சி, போக்குவரத்து இணைப்பு தொடர்பான சவால்களை எதிர்கொண்டது என்று அவர் கூறினார். ஆனால் இன்று இந்தப் பகுதி வளர்ச்சியின் முன்னுரிமைப் பகுதியாக மாறியுள்ளது என்று அவர் குறிப்பிட்டார், நமது நாட்டில் மாற்றத்தை ஏற்படுத்துவதற்கு மூன்று கொள்கைகள் அவசியம் என்று அவர் கூறினார். எந்த சூழ்நிலையிலும், ஆன்மீகத்திலிருந்து உங்களை விலகி இருக்காதீர்கள் என அவர் வலியுறுத்தினார். ஆன்மிகப் பாதை, தேசியவாதம், நவீனத்துவ தொழில்நுட்ப வளர்ச்சி ஆகிய மூன்றும் இணையும் போது உலகின் மிகப் பெரிய சக்தியாக இந்தியா மாறுவதை யாராலும் தடுக்க முடியாது என்று அவர் கூறினார். கிருஷ்ணகுருஜியின் போதனைகளின் தாக்கத்தைக் கூறிய குடியரசுத் துணைத் தலைவர், கிருஷ்ணகுருஜி தெய்வீக அருளின் சாரத்தை உள்ளடக்கியவர் என்றும் அன்பு, சேவை, மனிதநேயம் பற்றிய தனது போதனைகளால் தனது பக்தர்களின் இதயங்களை ஒளிரச் செய்துள்ளார் என்றும் கூறினார். ஆன்மிகத்தின் உள்ளார்ந்த பண்புகளை எடுத்துரைத்த குடியரசுத் துணைத் தலைவர், நல்லிணக்கத்துக்கு வழிவகுக்கும் மதிப்புகளை மேம்படுத்த வேண்டும் என வலியுறுத்தினார். இந்நிகழ்ச்சியில் அசாம் ஆளுநர் திரு லக்ஷ்மன் பிரசாத் ஆச்சார்யா, அசாம் முதலமைச்சர் திரு ஹிமந்தா பிஸ்வா சர்மா, மத்திய துறைமுகங்கள், கப்பல் நீர்வழிகள் துறை அமைச்சர் திரு சர்பானந்த சோனோவால், கிருஷ்ணகுரு சர்வதேச ஆன்மீக இளைஞர் சங்கத்தின் தலைவர் கமலா கோகோய் உள்ளிட்டோர் கலந்து கொண்டனர்.
Read More »