शुक्रवार, नवंबर 22 2024 | 03:16:15 PM
Breaking News
Home / Choose Language / Assamese / উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণত আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণত আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া

Follow us on:

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কাইলৈৰ পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ সময়ত শ্ৰী সিন্ধিয়াই অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ’ব। এই পৰ্যালোচনা সভাসমূহৰ উপৰিও শ্ৰী সিন্ধিয়াই অহা ১৫ নৱেম্বৰত আগৰতলাত অনুষ্ঠিত হ’বলগীয়া জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। সেইদিনা তেওঁ মেঘালয়ৰ ৰি-ভই জিলাত অনুষ্ঠিত হৈ থকা চেৰী ব্লছম ফেষ্টিভেল ২০২৪ টো অংশগ্ৰহণ কৰিব।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

প্ৰধানমন্ত্ৰীক ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত …