बुधवार, अक्तूबर 23 2024 | 11:05:52 PM
Breaking News
Home / Choose Language / Assamese / ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ২০২৪ৰ পৰা ২০২৬লৈ দুবছৰীয়া দেশজোৰা উদযাপনেৰে তেখেতৰ অৱদানক সন্মান জনাব

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ২০২৪ৰ পৰা ২০২৬লৈ দুবছৰীয়া দেশজোৰা উদযাপনেৰে তেখেতৰ অৱদানক সন্মান জনাব

Follow us on:

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ২০২৪ৰ পৰা ২০২৬লৈ দুবছৰীয়া দেশজোৰা উদযাপনেৰে তেখেতৰ অৱদানক সন্মান জনাব।

এক্স প্লেটফৰ্মত এই সিদ্ধান্তৰ কথা ঘোষণাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয়, “বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কাণ্ডাৰী হিচাপে চৰ্দাৰ পেটেল জীৰ যুগমীয়া কৃতি আৰু কাশ্মীৰৰপৰা লক্ষদ্বীপলৈকে ভাৰতক একত্ৰিতকৰণৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা স্মৰণীয় হৈ আছে। তেখেতৰ উল্লেখনীয় অৱদানক সন্মান জনাই ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ২০২৪ৰ পৰা ২০২৬লৈ দেশজুৰি দুবছৰীয়া কাৰ্য্যসূচীৰে তেখেতৰ ১৫০ সংখ্যক জয়ন্তী উদযাপনেৰে তেওঁৰ উল্লেখযোগ্য কৃতিত্ব আৰু তেওঁ দেখুৱাই থৈ যোৱা ঐক্যৰ মনোভাৱক স্মৰণ কৰিব।”

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us