জীৱনীমূলক নাটক ‘স্বতন্ত্ৰ বীৰ সাৱাৰকাৰ’ৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ দলটোৱে ৫৫সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে। এই ছবিখন ভাৰতীয় পেনোৰামা শিতানৰ প্ৰথমখন ফিচাৰ ফিল্মি হিচাপে প্ৰদৰ্শিত হয়। এই অনুষ্ঠানটোৱে ছবিখনৰ সৃষ্টিশীল যাত্ৰা আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য্যৰ ওপৰত চিন্তা কৰাৰ এক মঞ্চ আগবঢ়াইছে। বিনায়ক দামোদৰ …
Read More »‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – ছিজন ১ ৰ অংশ হিচাপে গুৱাহাটীত আৰম্ভ হ’ল ৱেভছ এনিমে এণ্ড মাংগা প্ৰতিযোগিতা
আগন্তুক ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৪ৰ মূল অংশ ৱেভছ এনিমে এণ্ড মাংগা( WAVES Anime and Manga Contest ) আজি গুৱাহাটীৰ পৰা নেডফি কনভেনচন চেণ্টাৰত মুকলি কৰা হয়। এই উদ্ভাৱনীমূলক প্ৰতিযোগিতাখন ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – ছিজন ১ৰ অংশ হিচাবে আয়োজন কৰা হৈছে । ইয়াৰ লক্ষ্য হৈছে স্থানীয় …
Read More »প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ ৰাষ্ট্ৰপতিৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত জৰ্জটাউনৰ ষ্টেট হাউচত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাজ্যিক সদনত উপস্থিত হোৱাৰ পিছত, তেওঁক ৰাষ্ট্ৰপতি আলীয়ে আদৰণি জনায় আৰু আনুষ্ঠানিক গাৰ্ড অফ অনাৰ প্ৰদান কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকৰ পাছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হয়। ভাৰত আৰু গায়ানাৰ মাজত থকা ঐতিহাসিক …
Read More »প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে …
Read More »বৰপেটাৰ ফুলৰগুৰিত উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকল আৰু পোষণ অভিযানৰ সন্দৰ্ভত ফটো প্ৰদৰ্শনী সহ আউটৰিচ কাৰ্যসূচী
বৰপেটাৰ ফুলৰগুৰিত আজিৰে পৰা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),ৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ দুদিনীয়া ফটো প্ৰদৰ্শনীসহ আউটৰীচ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান। প্ৰদৰ্শনী উদ্বোধন কৰি বৰপেটা জিলাৰ এডিচি মৌচুমী চেতিয়াই এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে চিবিচিৰ পদক্ষেপক প্ৰশংসা কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ কয় যে …
Read More »উত্তৰ-পূবৰ পৰা লাডাখলৈ: আইএফএফআই ২০২৪ -ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু নন-ফিচাৰ ছবি
গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) এখন সংবাদমেলত ইণ্ডিয়ান পেনোৰামা নন-ফিচাৰ ফিল্মছ জুৰিৰ অধ্যক্ষ শ্ৰী চুব্বিয়া নাল্লামুথুৱে কয়, “আমি সমগ্ৰ দেশৰ পৰা ২৫০ তকৈও অধিক অন্তৰ্ভুক্তি লাভ কৰিছো, যিবোৰৰ ভিতৰত উত্তৰ-পূবৰ পৰা অহা ছবিৰ সংখ্যাই বেছি। “মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱ সৃষ্টিকৰ্তাকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে …
Read More »দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি মন্তব্য
মহামান্যসকল, আপোনালোকৰ মূল্যৱান পৰামৰ্শ আৰু ইতিবাচক চিন্তাক মই স্বাগতম জনাইছো। ভাৰতৰ প্ৰস্তাৱসমূহৰ প্ৰতি সন্মান জনাই, আমাৰ দলে সবিশেষ আপোনালোকৰ সৈতে ভাগ বাটোৱাৰা কৰিব, আৰু আমি সকলো বিষয়ত সময় নিৰ্ধাৰিত ভিত্তিত অগ্ৰসৰ হম। মহামান্যসকল, ভাৰত আৰু কেৰিকম দেশসমূহৰ মাজৰ সম্পৰ্ক আমাৰ অতীতৰ অংশীদাৰীত্বপূৰ্ণ অভিজ্ঞতা, আমাৰ বৰ্তমানৰ অংশীদাৰীত্বপূৰ্ণ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ বাবে …
Read More »প্ৰধানমন্ত্ৰীক ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত ডমিনিকাক সমৰ্থন আৰু ভাৰত আৰু ডমিনিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা -” সন্মানীয় ডমিনিকা বঁটা” প্ৰদান কৰে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰুজভেল্ট স্কেৰিটো এই অনুষ্ঠানত উপস্থিত আছিল। গায়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, …
Read More »প্ৰধানমন্ত্ৰীক অৰ্ডাৰ অৱ এক্সিলেঞ্চ অৱ গায়েনা সন্মান প্ৰদান
আজি ষ্টেট হাউচত আয়োজিত এক অনুষ্ঠানত ক’অপাৰেটিভ ৰিপাব্লিক অৱ গায়েনাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ‘দূৰদৰ্শী নেৃতৃত্ব, বিশ্ব মঞ্চত উন্নয়নশীল দেশসমূহৰ অধিকাৰৰ হকে সমৰ্থন, বিশ্ব সম্প্ৰদায়ৰ প্ৰতি ব্যতিক্ৰমী সেৱা আৰু ভাৰত-গায়েনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে’ গায়েনাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা “অৰ্ডাৰ অৱ এক্সিলেঞ্চ” প্ৰদান কৰে। বঁটা গ্ৰহণ …
Read More »প্ৰধানমন্ত্ৰীয়ে বহনক্ষম উন্নয়ন আৰু শক্তি পৰিবৰ্তন সন্দৰ্ভত জি-২০ অধিৱেশনত ভাষণ দিয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহনক্ষম উন্নয়ন আৰু শক্তি পৰিবৰ্তনৰ বিষয়ে জি-২০ সন্মিলনৰ অধিৱেশনত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত এই গোটটোৱে ২০৩০ চনৰ ভিতৰত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা তিনিগুণ আৰু শক্তি দক্ষতাৰ হাৰ দুগুণ কৰাৰ সংকল্প লৈছে। তেওঁ ব্ৰাজিলৰ এই বহনক্ষম উন্নয়নৰ অগ্ৰাধিকাৰসমূহ আগবঢ়োৱাৰ সিদ্ধান্তক …
Read More »