ড’নাৰ মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত ৩৪১৭.৬৮ কোটি টকা ব্যয়সাপেক্ষ ৯০টা প্ৰকল্প অনুমোদন জনাইছে। ৰাজ্য অনুসৰি আৰু আঁচনি অনুসৰি বিৱৰণবোৰ পৰিশিষ্ট-১-ত আছে। এন ই এছ আই ডি এছৰ অধীনত অনুমোদিত প্ৰকল্পবোৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰে (এন …
Read More »