আজি অসমৰ কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ দ্বাদশ সংস্কৰণৰউদ্বোধন কৰে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে । এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু। কেন্দ্ৰীয় মন্ত্ৰী শেখাৱাটে তেওঁৰ ভাষণত উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰাকৃতিক …
Read More »২৬-২৯ নৱেম্বৰত কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্টৰ আয়োজন পৰ্যটন মন্ত্ৰালয়ৰ
অসমৰ কাজিৰঙাত অহা ২৬-২৯ নৱেম্বৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট (ITM) অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক আলোকপাতৰ উদ্দেশ্যেৰে বছৰি আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্য যথা— অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ …
Read More »