ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ ন্যায় বিভাগৰ ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ বছৰজোৰা উদযাপনৰ তৃতীয় আঞ্চলিক অনুষ্ঠান আজি আই আই টি গুৱাহাটী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ভাৰতীয় সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকী আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠা অৰ্থে এই অভিযানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটোত আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক …
Read More »