मंगलवार, अक्तूबर 22 2024 | 04:59:44 PM
Breaking News
Home / Choose Language / Assamese

Assamese

Assamese

ব্ৰিকছ সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

ৰাছিয়ান ফেডাৰেচনৰ সভাপতি শ্ৰীভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ষোড়শ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাজানলৈ ৰাওনা হৈছো। ভাৰতে ব্ৰিকছত ঘনিষ্ঠ সহযোগিতাক গুৰুত্ব দিয়ে যি বিশ্বব্যাপী উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰমূলক বহুপাক্ষিকতা, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখলা নিৰ্মাণ, সাংস্কৃতিক আৰু জনসধাৰণৰ সৈতে সংযোগ স্থাপন আৰু অন্যান্য বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ …

Read More »