তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত (NLUJAA) আয়োজিত অধিৱেশন আৰু পেনেল আলোচনাত বিশিষ্ট আইনজ্ঞ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে। আমাৰ সংবিধান-আমাৰ সন্মান শীৰ্ষক চিবিচি, গুৱাহাটীৰ সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP)ৰ আজি দ্বিতীয় দিনা বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা …
Read More »ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত বিশেষ অনুষ্ঠান
ভাৰতীয় সংবিধান গৃহীত হোৱা আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বছৰ-জোৰা উদযাপন কাৰ্য্যসূচী আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ অংশস্বৰূপে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP) উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়াই উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য …
Read More »অসমৰ অৰ্ধপৰিবাহী উদ্যোগ:ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰৰ বাবে এক পট পৰিৱৰ্তনকাৰী পদক্ষেপ
অৰ্ধপৰিবাহী উদ্যোগত ভাৰতৰ অভিলাষী অগ্ৰগতিৰ সৰ্বোত্তম উদাহৰণ হিচাবে টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড (টি এছ এ টি)ৰ নেতৃত্বত অসমৰ মৰিগাঁৱত এটা অৰ্ধপৰিবাহী ইউনিট গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশৰ অৰ্ধপৰিবাহী উৎপাদনৰ অন্যতম উৎপাদন স্থান হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পটো দেশে অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ স্থাপনৰ ক্ষেত্ৰত যি স্বাৱলম্বীতাৰ বিস্তৃত …
Read More »அசாமில் குறைக்கடத்தி உற்பத்தி ஆலை: இந்தியாவின் குறைக்கடத்தி சூழல் அமைப்பை மாற்றி அமைக்கும் தொழிற்சாலை
குறைக்கடத்தி எனப்படும் செமிகண்டக்டர் துறையில் இந்தியாவின் லட்சிய முன்னேற்றங்கள் எட்டப்பட்டு வருகின்றன. டாடா செமிகண்டக்டர் அசெம்பிளி மற்றும் டெஸ்ட் பிரைவேட் லிமிடெட் (TSAT) நிறுவனம் அசாமின் மோரிகானில் ஒரு குறைக்கடத்தி உற்பத்தி ஆலையை அமைப்பது இதற்கு சிறந்த எடுத்துக்காட்டு. நாட்டின் முதன்மையான உற்பத்தி திறனில் ஒன்றாக மாறவுள்ள இந்த திட்டம், குறைக்கடத்திப் பிரிவில் தன்னிறைவை அடைவதற்கான நாட்டின் பரந்த இலக்குடன் இணைந்ததாக அமைகிறது. ரூ.27,000 கோடி முதலீட்டில், மேம்பட்ட தொழில்நுட்பங்களைப் …
Read More »অসমৰ কাৰ্বি আংলঙত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰৰ
নৱেম্বৰঃ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে তিনিদিনীয়াকৈ কাৰ্বিআংলং ভ্ৰমণ কৰি বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা ৰূবপায়ণ হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। শনিবাৰে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত জিলাখনৰ উন্নয়নত উদগনি আৰু মূল বিষয়সমূহৰ সমাধানৰ লক্ষ্যৰে এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। মাটিপুঙৰ আৰ্বৰেটামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথমখন বৈঠকত ড০ কুমাৰে কাৰ্বিআংলং …
Read More »কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে কাইলৈৰপৰা ৩-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব
কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈৰপৰা তিনি-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণেৰে কেন্দ্ৰীয় কল্যাণমূলক কাৰ্য্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্য্যালোচনা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (KAAC) আৰু জিলা বিষয়া-বৰ্গৰ সৈতে আলোচনাৰে ৰাষ্ট্ৰীয় অইল পাম অভিযানকে প্ৰমুখ্য কৰি ধ্বজাবাহী …
Read More »