তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত (NLUJAA) আয়োজিত অধিৱেশন আৰু পেনেল আলোচনাত বিশিষ্ট আইনজ্ঞ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে। আমাৰ সংবিধান-আমাৰ সন্মান শীৰ্ষক চিবিচি, গুৱাহাটীৰ সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP)ৰ আজি দ্বিতীয় দিনা বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা …
Read More »ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত বিশেষ অনুষ্ঠান
ভাৰতীয় সংবিধান গৃহীত হোৱা আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বছৰ-জোৰা উদযাপন কাৰ্য্যসূচী আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ অংশস্বৰূপে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP) উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়াই উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য …
Read More »केंद्रीय संचार ब्युरो तर्फे कोल्हापूर मध्ये मतदार जागृती अभियान
निवडणूक आयोग आणि भारत सरकारच्या केंद्रीय संचार ब्युरो कार्यालयातर्फे 11 नोव्हेंबर पासून कोल्हापूर मध्ये मतदार जागृती अभियान सुरू होत आहे. अभियानाची सुरुवात जिल्हाधिकारी कार्यालय कोल्हापूर इथून सकाळी 10:30 वाजता होईल. जिल्हाधिकारी अमोल येडगे यांच्या हस्ते आणि कोल्हापूर जिल्हा परिषदेचे मुख्य कार्यकारी अधिकारी कार्तिकेयन एस यांच्या उपस्थितीत प्रसिद्धी अभियानाच्या व्हॅनला हिरवा झेंडा दाखवण्यात येईल. 20 नोव्हेंबर …
Read More »চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত বজালীত স্বচ্ছতাই সেৱা বিষয়ক দুদিনীয়া ফটো প্ৰদৰ্শনী আৰম্ভ
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ গুৱাহাটীস্থিতআঞ্চলিক কাৰ্য্যালয়ৰউদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ পাঠশালাস্থিত হৰি মন্দিৰ প্ৰেক্ষাগৃহত ৫ আৰু ৬ নৱেম্বৰত এখনিআকৰ্ষণীয় ফটো প্ৰদৰ্শনীৰে”স্বচ্ছতাই সেৱা, ২০২৪” অভিযানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধিআৰু জনসচেতনতাকপ্ৰোৎসাহিতকৰণ। বজালীৰ জিলা …
Read More »
Matribhumisamachar
