পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে (DoPPW) ফেচ অথেন্টিকেচন প্ৰযুক্তিৰ ব্যৱহাৰেৰে পেঞ্চনাৰসকলৰ বাবে লাইফ চাৰ্টিফিকেট দাখিলৰ প্ৰক্ৰিয়াটোক সুশৃংখলিতকৰণৰ অৰ্থে সমগ্ৰ নৱেম্বৰ, ২০২৪-ত ৰাষ্ট্ৰজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৩.০ অব্যাহত ৰাখিছে। এই আধাৰ-ভিত্তিক পদ্ধতিৰ জৰিয়তে পেঞ্চনাৰসকলে এণ্ড্ৰইড স্মাৰ্ট ফোনযোগে সুচলভাৱে এনে প্ৰমাণপত্ৰ জমা দিব পাৰে। পূৰ্বে পেঞ্চনাৰসকলে পেঞ্চন প্ৰদান কৰ্তৃপক্ষলৈ গৈ …
Read More »