ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এই বৰ্ষত ইয়াৰ ৯০ বছৰীয়া বাৰ্ষিকী উদযাপন কৰিছে আৰু বেংকটোৱে স্থাপন কৰা এই মাইলৰ খুঁটিৰ অংশ হিচাপে সমগ্ৰ ভাৰতৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িতকৰণৰ লক্ষ্যেৰে RBI90Quiz শীৰ্ষক এখনি দেশজোৰা কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে। অসমত আজি অনুষ্ঠিত ৰাজ্যিক-পৰ্য্যায়ৰ কুইজ প্ৰতিযোগিতাত ৯০ খন মহাবিদ্যালয়ক প্ৰতিনিধিত্বকৰণেৰে ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ …
Read More »