প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘মুখ্য ন্যায়াধীশ’ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ন্যায়াধীশ সঞ্জীৱ খান্নাক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
“ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিলোঁ। তেওঁৰ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”