ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ গুৱাহাটীস্থিতআঞ্চলিক কাৰ্য্যালয়ৰউদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ পাঠশালাস্থিত হৰি মন্দিৰ প্ৰেক্ষাগৃহত ৫ আৰু ৬ নৱেম্বৰত এখনিআকৰ্ষণীয় ফটো প্ৰদৰ্শনীৰে”স্বচ্ছতাই সেৱা, ২০২৪” অভিযানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধিআৰু জনসচেতনতাকপ্ৰোৎসাহিতকৰণ। বজালীৰ জিলা …
Read More »