रविवार, दिसंबर 22 2024 | 11:18:31 PM
Breaking News
Home / Tag Archives: Guwahati

Tag Archives: Guwahati

குவஹாத்தி இந்திய சர்வதேச அறிவியல் திருவிழாவில் அறிவியல் தகவல்தொடர்பு உத்திகள் குறித்து விவாதிக்க இரண்டு நிகழ்வுகள் இடம்பெறுகின்றன

குவஹாத்தி நடைபெறும் இந்திய சர்வதேச அறிவியல் திருவிழாவில் (IISF 2024-ஐஎஸ்எஸ்எஃப்) மொத்தம் 25 நிகழ்வுகள் நடைபெறவுள்ளன. அவற்றின் மூலம் சமூகத்தின் ஒவ்வொரு பிரிவினரிடமும் அறிவியல், தொழில்நுட்பத்தைப் பற்றி கொண்டு சேர்க்கத்  திட்டமிடப்பட்டுள்ளது. அதில் இரண்டு முக்கிய நிகழ்வுகள் இடம்பெறுகின்றன. அவை இரண்டும் இல்லாமல் இந்த விழா மக்களை சென்றடைய முடியாது.  மீடியா கான்க்ளேவ் எனப்படும் ஊடக அரங்கம்,  விக்யானிகா ஆகியவை அந்த இரண்டு நிகழ்வுகள் ஆகும். இது இந்திய தொழிலக ஆராய்ச்சிக் கவுன்சிலான சிஎஸ்ஐஆர்-ன் கீழ் இயங்கும் தேசிய அறிவியல் தொடர்பு, கொள்கை ஆராய்ச்சி நிறுவனத்தால் (NIScPR) ஏற்பாடு செய்துள்ளன. அறிவியல், தொழில்நுட்ப ஊடக மாநாடு 2024, விக்யானிகா ஆகியவை ஐஎஸ்எஸ்எஃப் 2024-ன் தவிர்க்க முடியாத நிகழ்வுகளாகும். இது இந்தியாவில் அறிவியல் தகவல் தொடர்பு, கல்வியறிவின் முக்கியத்துவத்தைப் பற்றி விவாதிக்க விஞ்ஞானிகள், பத்திரிகையாளர்கள், ஊடக வல்லுநர்களை ஒன்றிணைப்பதை நோக்கமாகக் கொண்டுள்ளது. 2024 டிசம்பர் 1-2, ஆகிய நாட்களில் நடைபெறவுள்ள ஊடக மாநாடு, அறிவியல் தொடர்பாளர்களுக்கான சிந்தனையைத் தூண்டும் தளமாக இருக்கும்.  இதில் குழு விவாதங்கள் இடம்பெறும்.  இந்த நிகழ்வு 6 அமர்வுகளாக பிரிக்கப்பட்டுள்ளது. அறிவியல் தகவல்தொடர்பில் கவனம் செலுத்தும்  மற்றொரு முக்கிய நிகழ்வான விக்யானிகா (Vigyanika) 2024 டிசம்பர் 1-2 தேதிகளில் நடைபெறுகிறது. ஊடக மாநாடு பல்வேறு ஊடக வடிவங்களைப் பற்றி விவாதிக்கும் அதே வேளையில், விக்யானிகா, பத்திரிகைகள்  போன்ற  தளங்கள் மூலம் அறிவியல் பரவலில் கவனம் செலுத்தும்.

Read More »

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীয়ে ‘বিকশিত ভাৰত যুৱ নেতা সংলাপ’ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীয়ে নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত শেহতীয়াকৈ গুৱাহাটীৰ পল্টন বজাৰৰ এছএআই ফিল্ড কমপ্লেক্সত ‘বিকশিত ভাৰত যুৱ নেতা সংলাপ’ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলখনৰ মূল উদ্দেশ্য আছিল অনুষ্ঠানটোৰ বিষয়ে তথ্য প্ৰচাৰ কৰা যাতে অসমৰ অধিক সংখ্যক যুৱক-যুৱতীয়ে পুনৰ কল্পনা কৰা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, …

Read More »

চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ উদযাপন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত (NLUJAA) আয়োজিত অধিৱেশন আৰু পেনেল আলোচনাত বিশিষ্ট আইনজ্ঞ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে। আমাৰ সংবিধান-আমাৰ সন্মান শীৰ্ষক চিবিচি, গুৱাহাটীৰ সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP)ৰ আজি দ্বিতীয় দিনা বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা …

Read More »

ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত বিশেষ অনুষ্ঠান

ভাৰতীয় সংবিধান গৃহীত হোৱা আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বছৰ-জোৰা উদযাপন কাৰ্য্যসূচী আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ অংশস্বৰূপে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP) উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়াই উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য …

Read More »

‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – ছিজন ১ ৰ অংশ হিচাপে গুৱাহাটীত আৰম্ভ হ’ল ৱেভছ এনিমে এণ্ড মাংগা প্ৰতিযোগিতা

আগন্তুক ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৪ৰ মূল অংশ ৱেভছ  এনিমে এণ্ড মাংগা( WAVES Anime and Manga Contest ) আজি গুৱাহাটীৰ পৰা নেডফি কনভেনচন চেণ্টাৰত মুকলি কৰা হয়। এই উদ্ভাৱনীমূলক প্ৰতিযোগিতাখন ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – ছিজন ১ৰ অংশ হিচাবে আয়োজন কৰা হৈছে ।   ইয়াৰ লক্ষ্য হৈছে স্থানীয় …

Read More »

গুৱাহাটীত আজি অনুষ্ঠিত কৰা হ’ল ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ তৃতীয় আঞ্চলিক অনুষ্ঠান

ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ  ন্যায় বিভাগৰ ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ বছৰজোৰা উদযাপনৰ তৃতীয় আঞ্চলিক অনুষ্ঠান আজি আই আই টি গুৱাহাটী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ভাৰতীয় সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক  বাৰ্ষিকী আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠা  অৰ্থে  এই অভিযানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটোত আইন আৰু ন্যায়  দপ্তৰৰ   ৰাজ্যিক …

Read More »

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীত ৮-দিনীয়া “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত জনজাতীয় শিল্প, সংস্কৃতি, ৰন্ধন প্ৰণালী আৰু বাণিজ্যৰ মনোভাৱক উদযাপন, লালন-পালন আৰু প্ৰোৎসাহনৰ বাবে ৮-দিনীয়া ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে। এই কাৰ্য্যসূচীত জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকেকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোকে …

Read More »

চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত বজালীত স্বচ্ছতাই সেৱা বিষয়ক দুদিনীয়া ফটো প্ৰদৰ্শনী আৰম্ভ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ গুৱাহাটীস্থিতআঞ্চলিক কাৰ্য্যালয়ৰউদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ পাঠশালাস্থিত হৰি মন্দিৰ প্ৰেক্ষাগৃহত ৫ আৰু ৬ নৱেম্বৰত এখনিআকৰ্ষণীয় ফটো প্ৰদৰ্শনীৰে”স্বচ্ছতাই সেৱা, ২০২৪” অভিযানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধিআৰু জনসচেতনতাকপ্ৰোৎসাহিতকৰণ। বজালীৰ জিলা …

Read More »