জীৱনীমূলক নাটক ‘স্বতন্ত্ৰ বীৰ সাৱাৰকাৰ’ৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ দলটোৱে ৫৫সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে। এই ছবিখন ভাৰতীয় পেনোৰামা শিতানৰ প্ৰথমখন ফিচাৰ ফিল্মি হিচাপে প্ৰদৰ্শিত হয়। এই অনুষ্ঠানটোৱে ছবিখনৰ সৃষ্টিশীল যাত্ৰা আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য্যৰ ওপৰত চিন্তা কৰাৰ এক মঞ্চ আগবঢ়াইছে। বিনায়ক দামোদৰ …
Read More »