কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত জনজাতীয় শিল্প, সংস্কৃতি, ৰন্ধন প্ৰণালী আৰু বাণিজ্যৰ মনোভাৱক উদযাপন, লালন-পালন আৰু প্ৰোৎসাহনৰ বাবে ৮-দিনীয়া ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে। এই কাৰ্য্যসূচীত জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকেকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোকে …
Read More »