মাননীয় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে আজি কাৰ্বি আংলঙৰ বিভিন্ন স্থান দিনজোৰা কাৰ্যসূচীৰে ভ্ৰমণ কৰে। তেওঁৰ সৈতে এই ভ্ৰমণত যোগদান কৰে। মাননীয় সাংসদ এমাৰ্চিং টিচো, উপায়ুক্ত শ্ৰীমতী নিৰোলা ফাংচপি, এচিএছ, শ্ৰী লাংচিন টেৰন, কেএএচিৰ কাৰ্যবাহী সদস্য শ্ৰী দিলীপ তেৰাং, এচিএছ, কেএএচি আৰু অন্যান্য বিষয়াসকলে । …
Read More »অসমৰ কাৰ্বি আংলঙত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰৰ
নৱেম্বৰঃ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে তিনিদিনীয়াকৈ কাৰ্বিআংলং ভ্ৰমণ কৰি বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা ৰূবপায়ণ হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। শনিবাৰে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত জিলাখনৰ উন্নয়নত উদগনি আৰু মূল বিষয়সমূহৰ সমাধানৰ লক্ষ্যৰে এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। মাটিপুঙৰ আৰ্বৰেটামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথমখন বৈঠকত ড০ কুমাৰে কাৰ্বিআংলং …
Read More »কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে কাইলৈৰপৰা ৩-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব
কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈৰপৰা তিনি-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণেৰে কেন্দ্ৰীয় কল্যাণমূলক কাৰ্য্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্য্যালোচনা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (KAAC) আৰু জিলা বিষয়া-বৰ্গৰ সৈতে আলোচনাৰে ৰাষ্ট্ৰীয় অইল পাম অভিযানকে প্ৰমুখ্য কৰি ধ্বজাবাহী …
Read More »