रविवार, दिसंबर 22 2024 | 12:22:08 PM
Breaking News
Home / Choose Language / Assamese (page 4)

Assamese

Assamese

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত ঘোষণা – জি-২০ ট্ৰ’ইকা (ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা)ৰ দ্বাৰা যুটীয়া বিজ্ঞপ্তি, কেইবাখনো জি-২০ দেশ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত

শতিকা সলনি হোৱাৰে পৰা ন্যূনতম ৩ শতাংশ গোলকীয় বিকাশৰ ধাৰাৰ গড় মহামাৰীৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ৪ শতাংশ আছিল। একে সময়তে প্ৰযুক্তিৰ গতি তীব্ৰগতিত চলি আছে আৰু যদি সমানভাৱে প্ৰয়োগ কৰা হয় ই আমাক বিকাশ বৃদ্ধি, বৈষম্য হ্ৰাস কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ লোৱাৰ ঐতিহাসিক …

Read More »

গুৱাহাটীত আজি অনুষ্ঠিত কৰা হ’ল ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ তৃতীয় আঞ্চলিক অনুষ্ঠান

ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ  ন্যায় বিভাগৰ ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ বছৰজোৰা উদযাপনৰ তৃতীয় আঞ্চলিক অনুষ্ঠান আজি আই আই টি গুৱাহাটী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ভাৰতীয় সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক  বাৰ্ষিকী আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠা  অৰ্থে  এই অভিযানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটোত আইন আৰু ন্যায়  দপ্তৰৰ   ৰাজ্যিক …

Read More »

পূৰ্বলোকন – আইএফএফআই ২০২৪ সন্দৰ্ভত প্ৰেছ নোট

ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৫ তম সংস্কৰণ ২০ ৰ পৰা ২৮ নৱেম্বৰ ২০২৪ লৈ মনোৰম গোৱা ৰাজ্যত অনুষ্ঠিত হ’বলৈ সাজু হৈছে। এই বছৰৰ উৎসৱটোৱে এক চলচ্চিত্ৰীয় প্ৰদৰ্শন হ’ব বুলি প্ৰতিশ্ৰুতি দিছে, য’ত বিভিন্ন বৰ্ণনা, উদ্ভাৱনী মূলক কণ্ঠস্বৰ প্ৰদৰ্শন কৰা হ’ব, আৰু সাংস্কৃতিক বিনিময় বৃদ্ধি কৰা হ’ব। গোৱাত পূৰ্বলোকন সংবাদমেলত …

Read More »

‘বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা’, এক পুনঃকল্পিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, ২০২৫ ঘোষণা ড০ মানসুখ মাণ্ডবিয়াৰ

নতুন দিল্লীত আজি অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়াই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ (এনৱাইএফ) ২০২৫ৰ এক পৰিৱৰ্তনশীল পুনৰ কল্পনাৰ কথা ঘোষণা কৰে।ভাৰতৰ ভৱিষ্যত গঢ় দিয়াত যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আওঁৰাই, পুনৰ কল্পনা কৰা উৎসৱটোৰ নাম হ’ব “বিকশিত ভাৰত যুৱ নেতাৰ আলোচনা”। এই গতিশীল …

Read More »

প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক ভাৰতৰ মূলসুঁতিৰ বিকাশ-কাহিনীৰ অপৰিহাৰ্য অংগ কৰি তুলিছে, মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয়

নামচাই জিলা ভ্ৰমণৰ দ্বিতীয় দিনা কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ‘উচ্চাকাংক্ষী জিলা কাৰ্যসূচী’ (এডিপি)ৰ অধীনত জিলাখনৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে। সহযোগিতা, সমন্বয় আৰু প্ৰতিযোগিতাত গুৰুত্ব আৰোপ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ প্ৰসংগ উল্লেখ কৰি কয়, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক ভাৰতৰ মূলসুঁতিৰ বিকাশ-কাহিনীৰ এক অপৰিহাৰ্য অংগ কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ …

Read More »

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে আজি পৰিদৰ্শন কৰিলে কাৰ্বি আংলঙৰ চামেলাংচো অভিলাষী উন্নয়ন খণ্ড

মাননীয় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে আজি কাৰ্বি আংলঙৰ বিভিন্ন স্থান  দিনজোৰা কাৰ্যসূচীৰে ভ্ৰমণ কৰে। তেওঁৰ সৈতে এই ভ্ৰমণত যোগদান কৰে।  মাননীয় সাংসদ এমাৰ্চিং টিচো, উপায়ুক্ত শ্ৰীমতী নিৰোলা ফাংচপি, এচিএছ, শ্ৰী লাংচিন টেৰন, কেএএচিৰ কাৰ্যবাহী সদস্য শ্ৰী দিলীপ তেৰাং, এচিএছ, কেএএচি আৰু অন্যান্য বিষয়াসকলে । …

Read More »

অসমৰ অৰ্ধপৰিবাহী উদ্যোগ:ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰৰ বাবে এক পট পৰিৱৰ্তনকাৰী পদক্ষেপ

অৰ্ধপৰিবাহী উদ্যোগত ভাৰতৰ অভিলাষী অগ্ৰগতিৰ সৰ্বোত্তম উদাহৰণ হিচাবে  টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড (টি এছ এ টি)ৰ নেতৃত্বত অসমৰ মৰিগাঁৱত এটা অৰ্ধপৰিবাহী ইউনিট গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশৰ অৰ্ধপৰিবাহী উৎপাদনৰ  অন্যতম   উৎপাদন স্থান  হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পটো দেশে অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ স্থাপনৰ ক্ষেত্ৰত যি স্বাৱলম্বীতাৰ বিস্তৃত …

Read More »

অসমৰ কাৰ্বি আংলঙত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰৰ

নৱেম্বৰঃ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে তিনিদিনীয়াকৈ কাৰ্বিআংলং ভ্ৰমণ কৰি বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা ৰূবপায়ণ হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। শনিবাৰে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত জিলাখনৰ উন্নয়নত উদগনি আৰু মূল বিষয়সমূহৰ সমাধানৰ লক্ষ্যৰে এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। মাটিপুঙৰ আৰ্বৰেটামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথমখন বৈঠকত ড০ কুমাৰে কাৰ্বিআংলং …

Read More »

মণিপুৰত স্বাভাৱিক জীৱন-যাত্ৰা আৰু শান্তি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ

মণিপুৰৰ নিৰাপত্তাৰ পৰিস্থিতি বিগত কিছুদিন ধৰি ব্যাপক অৱনতি ঘটি আছে। যুদ্ধংদেহী দুয়োটা সম্প্ৰদায়ৰ সশস্ত্ৰ দুস্কৃতিকাৰীয়ে হিংসাত লিপ্ত হৈ থকাৰ ফলত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱাইছে আৰু জনসাধাৰণৰ জীৱন-যাপন ব্যাহত হৈ আছে। সকলো নিৰাপত্তা বাহিনীক স্বাভাৱিক জীৱন-যাত্ৰা আৰু শান্তি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে। হিংসাত্মক আৰু ধ্বংসাত্মক কাৰ্যকলাপত লিপ্ত …

Read More »

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে কাইলৈৰপৰা ৩-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈৰপৰা তিনি-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণেৰে কেন্দ্ৰীয় কল্যাণমূলক কাৰ্য্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্য্যালোচনা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (KAAC) আৰু জিলা বিষয়া-বৰ্গৰ সৈতে আলোচনাৰে ৰাষ্ট্ৰীয় অইল পাম অভিযানকে প্ৰমুখ্য কৰি ধ্বজাবাহী …

Read More »