सोमवार, नवंबर 25 2024 | 12:09:51 AM
Breaking News
Home / Choose Language / Assamese (page 6)

Assamese

Assamese

৭ম ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনাত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

মহামহিম, ৭ম ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা উপলক্ষে আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছোঁ। মহামহিম, এয়া আপোনাৰ তৃতীয় ভাৰত ভ্ৰমণ। সৌভাগ্যক্ৰমে মোৰ তৃতীয় কাৰ্য্যকালৰ প্ৰথমখন আইজিচিও। মহামহিম, ২০২২ত বাৰ্লিনত অনুষ্ঠিত অন্তিমখন আন্তঃচৰকাৰী আলোচনাত আমি দ্বিপাক্ষিক সহযোগিতাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। যোৱা দুবছৰত আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভিন্ন ক্ষেত্ৰত উৎসাহজনক অগ্ৰগতি …

Read More »

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে : প্ৰধানমন্ত্ৰী

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যিসকলে ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰে তেওঁলোকৰ মাজত ই উৎসাহৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কলম্বোত আই চি চি আৰৰ দ্বাৰা আয়োজিত ‘পালি এজ এ ক্লাছিকেল লেংগুৱেজ’ সন্দৰ্ভত পেনেল আলোচনাত অংশগ্ৰহণ কৰা …

Read More »

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ২০২৪ৰ পৰা ২০২৬লৈ দুবছৰীয়া দেশজোৰা উদযাপনেৰে তেখেতৰ অৱদানক সন্মান জনাব

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ২০২৪ৰ পৰা ২০২৬লৈ দুবছৰীয়া দেশজোৰা উদযাপনেৰে তেখেতৰ অৱদানক সন্মান জনাব। এক্স প্লেটফৰ্মত এই সিদ্ধান্তৰ কথা ঘোষণাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয়, “বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰ …

Read More »

ব্ৰিকছ সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

ৰাছিয়ান ফেডাৰেচনৰ সভাপতি শ্ৰীভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ষোড়শ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাজানলৈ ৰাওনা হৈছো। ভাৰতে ব্ৰিকছত ঘনিষ্ঠ সহযোগিতাক গুৰুত্ব দিয়ে যি বিশ্বব্যাপী উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰমূলক বহুপাক্ষিকতা, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখলা নিৰ্মাণ, সাংস্কৃতিক আৰু জনসধাৰণৰ সৈতে সংযোগ স্থাপন আৰু অন্যান্য বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ …

Read More »