আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভূটান সীমান্তৰ পৰা প্ৰায় ৭০০ মিটাৰ দূৰৈত অৱস্থিত এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি হিচাবে বিবেচিত হোৱা ইণ্টিগ্ৰেটেড চেক পোষ্ট দৰঙা ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰী দাছো শ্বেৰিং টবগেৰ উপস্থিতিত আজি উদ্বোধন কৰে। দৰঙা, তাামুলপুৰৰ ইণ্টিগ্ৰেটেড চেক পোষ্টটো …
Read More »চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত বজালীত স্বচ্ছতাই সেৱা বিষয়ক দুদিনীয়া ফটো প্ৰদৰ্শনী আৰম্ভ
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ গুৱাহাটীস্থিতআঞ্চলিক কাৰ্য্যালয়ৰউদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ পাঠশালাস্থিত হৰি মন্দিৰ প্ৰেক্ষাগৃহত ৫ আৰু ৬ নৱেম্বৰত এখনিআকৰ্ষণীয় ফটো প্ৰদৰ্শনীৰে”স্বচ্ছতাই সেৱা, ২০২৪” অভিযানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধিআৰু জনসচেতনতাকপ্ৰোৎসাহিতকৰণ। বজালীৰ জিলা …
Read More »কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ১৮৭ কোটি টকাৰ মূল প্ৰকল্প উদ্বোধনৰ সৈতে চেন্নাই বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰে
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি চেন্নাই বন্দৰ কৰ্তৃপক্ষ (চিপিএ) আৰু কামৰাজৰ পোৰ্ট লিমিটেড (কেপিএল)ত কেইবাটাও অত্যাৱশ্যকীয় আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে চেন্নাই ভ্ৰমণ কৰে। ১৮৭.৩৩ কোটি টকাৰ সম্মিলিত বিনিয়োগেৰে আৰম্ভ কৰা এই পদক্ষেপসমূহ বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা, বাণিজ্য কাৰ্যকলাপ সূচল কৰা আৰু ভাৰতৰ সেউজ বন্দৰৰ …
Read More »জম্মু-কাশ্মীৰৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰাণাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰাণাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰিছেঃ “দেৱেন্দ্ৰ সিং ৰাণা ডাঙৰীয়াৰ অকাল মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে। তেওঁ জম্মু-কাশ্মীৰৰ প্ৰগতিৰ অৰ্থে নেৰা-নেপেৰাকৈ কাম কৰি অহা এগৰাকী প্ৰবীণ নেতা আছিল। তেওঁ কেইদিনমান পূৰ্বে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ লগতে ইয়াত বিজেপিক শক্তিশালী …
Read More »উদ্ভাৱন আৰু প্ৰযুক্তিৰ কথা আহিলে ভাৰতীয় যুৱক-যুৱতীসকল বিশ্বৰ অন্যতম শ্ৰেষ্ঠঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গিটহাবৰ চিইঅ’ থমাছ ডহমকেৰ উদ্ধৃতি দি ভাৰতক পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা উন্নত জনসংখ্যা বুলি প্ৰশংসা কৰি দেশখনৰ বৈশ্বিক টেক টাইটান হিচাপে উত্থানক “অদম্য” বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলে উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অৰ্জন কৰা সাফল্যৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কয়ঃ …
Read More »কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত জামুগুৰিৰ পাণপুৰত স্বচ্ছতা সজাগতা কাৰ্যসূচী
গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ অধীনত পৰিচালিত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ তেজপুৰৰ ক্ষেত্ৰ কাৰ্যালয়ৰ উদ্যোগত আজি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে শোণিতপুৰৰ জামুগুৰিৰ পাণপুৰত এক স্বচ্ছতা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশৰ দায়বদ্ধতাক প্ৰসাৰ কৰা।দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক সামূহিক কাম-কাজত জড়িত কৰোৱা …
Read More »চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল! নমস্কাৰ! বুয়েনছ ডিয়াছ! মোৰ বন্ধু পেড্ৰ’ ছানচেজ জী, …
Read More »সোমবাৰে এনডিএমএৰ ২০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২৮ অক্টোবৰ, ২০২৪, সোমবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ২০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগৰ আশংকা হ্ৰাস (ডিআৰআৰ) কৌশলৰ ১০দফা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে ভাৰতে সৰ্বাংগীন আৰু …
Read More »৭ম ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনাত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
মহামহিম, ৭ম ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা উপলক্ষে আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছোঁ। মহামহিম, এয়া আপোনাৰ তৃতীয় ভাৰত ভ্ৰমণ। সৌভাগ্যক্ৰমে মোৰ তৃতীয় কাৰ্য্যকালৰ প্ৰথমখন আইজিচিও। মহামহিম, ২০২২ত বাৰ্লিনত অনুষ্ঠিত অন্তিমখন আন্তঃচৰকাৰী আলোচনাত আমি দ্বিপাক্ষিক সহযোগিতাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। যোৱা দুবছৰত আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভিন্ন ক্ষেত্ৰত উৎসাহজনক অগ্ৰগতি …
Read More »ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে : প্ৰধানমন্ত্ৰী
ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যিসকলে ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰে তেওঁলোকৰ মাজত ই উৎসাহৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কলম্বোত আই চি চি আৰৰ দ্বাৰা আয়োজিত ‘পালি এজ এ ক্লাছিকেল লেংগুৱেজ’ সন্দৰ্ভত পেনেল আলোচনাত অংশগ্ৰহণ কৰা …
Read More »