ভাৰতীয় সংবিধান গৃহীত হোৱা আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বছৰ-জোৰা উদযাপন কাৰ্য্যসূচী আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ অংশস্বৰূপে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP) উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়াই উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য …
Read More »